6001549804
শিক্ষা সাহিত্য সংস্কৃতিৰ ঐক্যতান
:
আমাৰ মাটি, ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ, বিকাশৰ এখন ব্যতিক্ৰমী মঞ্চ।
শিক্ষা সাহিত্য সংস্কৃতিৰ ঐক্যতান
:
আমাৰ মাটি, ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ, বিকাশৰ এখন ব্যতিক্ৰমী মঞ্চ।
শিক্ষা সাহিত্য সংস্কৃতিৰ ঐক্যতান
:
আমাৰ মাটি, ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ, বিকাশৰ এখন ব্যতিক্ৰমী মঞ্চ।
About Us (আমাৰ বিষয়ে)
ALURON
Multidisciplinary Subjects
ALURON is a literary and cultural e-magazine dedicated to promoting creative writing, literature, and cultural dialogue by publishing original and intellectual works.
Editor-in-Chief: Ankita Bora
Members:
Nisha Bora
Gyan Jyoti Bania
Deepjyoti Bora
Publishing House: ALURON MANCHA
Country: India
Updated By Information and Publicity Secretary Aluronmancha
ভাষা সাহিত্য সংস্কৃতিৰ ঐক্যতান: আমাৰ মাটি আমাৰ ভাষা আমাৰ সংস্কৃতি অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অন্যতম সাৰুৱা ক্ষেত্ৰ তথা নিজ নিজ প্ৰতিভা সমূহ বিকাশৰ এখন ব্যতিক্ৰমী মঞ্চ।
Read Constitutionআলোড়ন মঞ্চৰ চতুৰ্থ বাৰ্ষিক সমাৰোহ
Updated by সাধাৰণ সম্পাদক
“আলোড়ন মঞ্চৰ ননৈ -পাথৰি আঞ্চলিক শাখাৰ নৱনিৰ্বাচিত সমিতিৰ
গঠন তথা শপতগ্ৰহণ অনুষ্ঠান ।”
“আলোড়ন মঞ্চৰ শিক্ষা কোষৰ ব্যৱস্থাপনাত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস ”
“সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে "সুধাকণ্ঠ দেৱৰ সাংস্কৃতিক পৰিক্ৰমা" শীৰ্ষকত এখন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।”
“আলোড়ন মঞ্চৰ সাহিত্য কোষৰ দ্বাৰা প্ৰকাশিত বার্ষিক ই-আলোচনী ‘আলোড়ন’ ৰ বাবে কবিতা, গল্প, অনুগল্প, প্ৰবন্ধ আদিৰ লিখনি প্ৰেৰণৰ দ্বাৰা সহযোগিতা আগবঢ়াবলৈ বিনীত আহ্বান জনোৱা হৈছে।”
ৰাইডঙীয়া আঞ্চলিক শাখা Notification No:আ.ম./প.স.//২৫/০৫|
ALURON MANCHA (আলোড়ন মঞ্চ)-ৰ বাৰ্ষিক আলোচনীখনৰ বাবে ISSN পঞ্জীয়ন আৰু একাডেমিক জাৰ্নেল প্ৰকাশৰ সন্দৰ্ভত. Notification No: আ:ম:/২৫/০০০১ |
Notification No: আ:ম:/২৫/০০৫ | 30-05-2025
ৰঙালী বিহু উপলক্ষে ৰচনা প্ৰতিযোগিতা
Recent Activities
আলোড়ন মঞ্চৰ শিক্ষা কোষৰ উদ্যোগত ২০২৫ বৰ্ষৰ আলোড়ন শ্ৰেষ্ঠ শিক্ষক বঁটা টি পুৰণিগুদামৰ নিবাসী হেমাবড়ী সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী সন্মানীয়া শ্ৰীযুতা দিপালী শইকীয়া বৰা বাইদেউক প্ৰদান কৰা হয়।
১৫ আগষ্ট তাৰিখে আলোড়ন মঞ্চৰ উদ্যোগত ৭৯ তম্ স্বাধীনতা দিৱস উপলক্ষে এখনি যুৱ বক্তাৰ বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। যুৱ বক্তা হিচাপে তিনিজন উদীয়মান যুৱক ক্ৰমে ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ বক্তা তথা শ্ৰেষ্ঠ তাৰ্কিক বেদান্ত বিকাশ শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ হৃদয় ৰঞ্জন শইকীয়া আৰু অভিনৱ ৰঞ্জন বৰাক আমন্ত্ৰণ জনোৱা হয়। তেওঁলোকে তেওঁলোকৰ মূল্যৱান বক্তৃতাৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটিৰ শুভাৰম্ভণি ৰাষ্ট্ৰীয় সংগীতৰ দ্বাৰা হয় আৰু জাতীয় সংগীত পৰিবেশনৰ জৰিয়তে অনুষ্ঠানটিৰ সমাপ্তি ঘটে।
আজি, ৬ আগষ্ট তাৰিখে আলোড়ন মঞ্চৰ ২০২৫-২৬ বৰ্ষৰ কাৰ্যনিৰ্বাহকৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাখনত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰাৰ লগতে কিছু নতুন পদক্ষেপ গ্ৰহণ কৰা হয় যিয়ে আলোড়ন মঞ্চক আগন্তুক সময়ত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব।
হাহিলা বিল, যি এক প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ জলাশয়, আলোড়ন মঞ্চৰ এই বছৰৰ "বার্ষিক খানা" অনুষ্ঠানৰ বাবে নিৰ্বাচিত হৈছে। সংগঠনটোৰ সকলো সদস্য আৰু অতিথি সকলৰ মাজত সৌহাৰ্দ্য আৰু সম্প্ৰীতি বৃদ্ধি কৰিবলৈ এই খানা আয়োজন কৰা হৈছে।
নগাঁৱৰ জ্যেষ্ঠ শিক্ষক তথা বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ ভূঞাঁলৈ আলোড়ন মঞ্চৰ শ্ৰেষ্ঠ শিক্ষক বঁটা।
শুভ জন্মাষ্টমী! পালি পহৰীয়া সৱে নাজানিলে কেৱ কৃষ্ণক কোলাত লৈয়া যান্ত বসুদেৱ...
চিন্ময়ী শৰ্মাক চিত্ৰাংকন আৰু আধুনিক গীত প্ৰতিযোগিতাৰ বিজয়ী হিচাপে পুৰস্কৃত কৰা হয়।
মঞ্চৰ তৃতীয় বাৰ্ষিক সমাৰোহৰ কিছু স্মৰণীয় মূহুৰ্ত, ৰাইডঙীয়া, নগাঁও - ২১ জুলাই, ৰবিবাৰ।
অধ্যক্ষ
সদস্য
সদস্য
Meet Our Team
Click below to view the Previous Administrative Section (প্ৰশাসনিক শাখা) who laid the foundation of our values.
🔹 Previous Administrative Section (প্ৰশাসনিক শাখা)
Testimonial
Student, Cotton University
Aluron Mancha has become a hub for cultural connoisseurs and aspiring talents, playing a significant role in promoting regional and national artistic expressions.
কবি , শিক্ষক , আবৃত্তিকাৰ - ভোটাইগাওঁ
আলোড়ন গোষ্ঠী শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰ খনৰ এটি প্ৰতিশ্ৰুতি সম্পন্ন অনুষ্ঠান...
আলোড়ন মঞ্চৰ সাংস্কৃতিক কোষৰ উদ্যোগত আৰু সাহিত্য কোষৰ সহযোগত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ লগত সংগতি ৰাখি আয়োজিত দ্বিতীয় বাৰ্ষিক শ্ৰী কৃষ্ণৰ নৃত্য প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগী দুবৰি শইকীয়াক (গায়ন-বৈৰাগী গাঁও,পুৰণিগুদাম (নগাঁও) ক আজি তেখেতৰ বাসগৃহত গৈ আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হয়। উক্ত কাৰ্যসূচীত মঞ্চৰ সাধাৰণ সম্পাদক দীপজ্যোতি কলিতাক সংগ দিয়ে সাংস্কৃতিক কোষৰ সহঃ সম্পাদক সুপ্ৰিয়া বৰা, সাহিত্য কোষৰ সদস্য অভিনাশ দাস আৰু তৰ্ক আৰু শিক্ষা কোষৰ সহঃ সম্পাদক ভাৰ্গৱজ্যোতি বৰাই। মঞ্চৰ তৰফৰ পৰা দুবৰি শইকীয়ালৈ পুনৰবাৰ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তেখেতৰ গৃহত আমালৈ আগবঢ়োৱা আতিথ্যৰ বাবে তেখেতৰ পিতৃ আৰু মাতৃৰ লগতে পৰিয়ালবৰ্গলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
Updated by Members Post
সাহিত্য কোষৰ বিশেষ লিখনি, আদিত্য দাস বোকাখাত
সাহিত্য কোষৰ বিশেষ লিখনি
স্মৃতিৰ পাতত এখন জোনাকী ৰাতি
Contact Us
ভাষা সাহিত্য সংস্কৃতিৰ ঐক্যতান: আমাৰ মাটি, আমাৰ ভাষা, আমাৰ সংস্কৃতি — অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণৰ এক ব্যতিক্ৰমী মঞ্চ।
Join us today as a co-journeyer (সহযাত্ৰী)।